"অসম আন্দোলনৰ মাজেৰে এনে এজন নেতা আমি নাপালোঁ, যাক আমি বন্দনা কৰিব পাৰোঁ"- বিশিষ্ট ইতিহাসবিদ ড: ৰাজেন শইকীয়া
Manage episode 460860779 series 2973144
নিজাইন পডকাষ্ট: মুনীন বৰকটকী স্মাৰক "Plain Facts... তথ্যৰে যুক্তি" শীৰ্ষক বক্তৃতালানিৰ প্ৰথম বক্তৃতা l বিষয় - 'স্বৰাজোত্তৰ অসমৰ ৰাজনৈতিক ইতিহাস'
বক্তা: বিশিষ্ট ইতিহাসবিদ ড: ৰাজেন শইকীয়া
বক্তৃতালানিৰ আঁত ধৰোঁতা- অৰিন্দম বৰকটকী
ভাষণ প্ৰসংগত তেখেতে কয়: "অসম আন্দোলনৰ মাজেৰে এনে এজন নেতা আমি নাপালোঁ, যাক আমি বন্দনা কৰিব পাৰোঁ"
NEZINE podcast: First of the lecture series organised by the Munin Barkotoki Memorial Trust delivered by eminent Historian Rajen Saikia on the topic: "Assam's post Independent political history." "Assam Movement failed to produce a leader whom we can eulogize" says the eminent Historian in his lecture delivered in Assamese.
Music: Priyanuj Parasar
Photo credit : Ratna Bharali Talukdar
Download NEZINE App to keep listening to NEZINE's podcast
49集单集